பொருள் : তৰল বা দ্রৱৰ এক অৱস্থা বা ভাব
எடுத்துக்காட்டு :
তাপমান শূন্য ডিগ্রী ছেণ্টিগ্রেড বা তাতকৈ কম হোৱাৰ লগে লগে পানীৰ তৰলতা গুণ নোহোৱা হয়
ஒத்த சொற்கள் : দ্রৱত্ব
பொருள் : টকা-পইচাৰ ৰূপত হোৱা এক অৱস্থা বা সহজে টকা-পইচালৈ পৰিৱৰ্তি কৰিব পৰা এক অৱস্থা
எடுத்துக்காட்டு :
ভাৰতীয় টকাৰ তৰলতা আছে