பொருள் : থাইলেণ্ডৰ অধিবাসী
எடுத்துக்காட்டு :
এই হোটেলখনত ভালেমান থাইবাসীয়ে বাহৰ পাতি আছেহি
ஒத்த சொற்கள் : থাইবাসী, থাইলেণ্ড-বাসী
பொருள் : যি লিপিত থাই ভাষা লিখা হয়
எடுத்துக்காட்டு :
ছোৱালীজনীয়ে বহীখনত থাই লিপি লিখি আছে
ஒத்த சொற்கள் : থাই লিপি
பொருள் : থাইলেণ্ডত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
এই হোটেলখন কেৱল থাই লোকৰ কাৰণে
ஒத்த சொற்கள் : থাইলেণ্ডিয়ান
பொருள் : থাইলেণ্ডৰ বা তাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
থাই সীমান্তত ডকাইতৰ দল গ্রেপ্তাৰ হʼল
பொருள் : থাই ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
আমি এখন থাই চিনেমা চালোঁ