பொருள் : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
எடுத்துக்காட்டு :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
ஒத்த சொற்கள் : আঙুলি উঠোৱা, ঠাট্টা কৰা, নিন্দা কৰা, বেয়া কৰা
பொருள் : বাৰে বাৰে থু পেলোৱা
எடுத்துக்காட்டு :
চাদা খাই তেওঁ থু থু কৰি আছে
ஒத்த சொற்கள் : থু পেলাই থকা, থুওৱা, পিকোৱা