பொருள் : বিছা, মৌ-মাখি আদি পতংগৰ পিছফালে থকা বিষাক্ত কাঁইট, যি সি্হঁতে অন্য জীৱৰ শৰীৰত সুমুৱাই বিষ বিয়পাই দিয়ে
எடுத்துக்காட்டு :
তেওঁক বৃশ্চিকৰ শুঙে বিন্ধি মাৰিলে
ஒத்த சொற்கள் : শুং
பொருள் : দাঁতেৰে কামোৰা কার্য
எடுத்துக்காட்டு :
বিষাক্ত পোকৰ দংশনৰ ফলত শৰীৰৰ ঠায়ে ঠায়ে দমলা বান্ধিছে
பொருள் : দাঁতেৰে কামুৰিলে হোৱা ঘা
எடுத்துக்காட்டு :
সঞ্জয়ে দংশন হোৱা ঠাই মলম সানি আছে