பொருள் : কঠিনতাৰে কৰা বহুত ভাল কাম
எடுத்துக்காட்டு :
শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
ஒத்த சொற்கள் : অভিজ্ঞতা
பொருள் : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
எடுத்துக்காட்டு :
চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
ஒத்த சொற்கள் : কুশলতা
பொருள் : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
எடுத்துக்காட்டு :
এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
ஒத்த சொற்கள் : দখল