பொருள் : দলিয়াই দিয়া
எடுத்துக்காட்டு :
তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে
பொருள் : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
எடுத்துக்காட்டு :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
ஒத்த சொற்கள் : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা
பொருள் : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
எடுத்துக்காட்டு :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
ஒத்த சொற்கள் : দলিয়া, নিক্ষেপ কৰা, পেলোৱা
பொருள் : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা
எடுத்துக்காட்டு :
লʼৰাটোৱে খেলনাটো দলিয়ালে
ஒத்த சொற்கள் : লদিওৱা
பொருள் : আনৰ হতুৱাই দলিয়া
எடுத்துக்காட்டு :
মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে