உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
எடுத்துக்காட்டு : সোমবাৰ সপ্তাহৰ প্রথম দিন
ஒத்த சொற்கள் : অহ্ন, দিন, বাসৰ, বাৰ
பொருள் : নিশ্চিত বা উচিত সময়
எடுத்துக்காட்டு : আজি মোৰ লʼৰাটোৰ জন্ম দিন
ஒத்த சொற்கள் : দিন
பொருள் : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
எடுத்துக்காட்டு : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
ஒத்த சொற்கள் : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ
பொருள் : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
எடுத்துக்காட்டு : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
ஒத்த சொற்கள் : তিথি, বার্ষিকী, ্পর্ব
பொருள் : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
எடுத்துக்காட்டு : এদিনত আঠটা প্রহৰ থাকে
ஒத்த சொற்கள் : তিথি, দিন
பொருள் : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
எடுத்துக்காட்டு : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
நிறுவு