பொருள் : জ্বলি থকা দীপকৰ শাৰী
எடுத்துக்காட்டு :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
ஒத்த சொற்கள் : দীপমালা
பொருள் : আহিন বা কাতি মাহৰ অমাৱস্যা তিথিৰ দিনাখন ঘৰ আৰু পদূলি আদিত চাকি লগাই পালন কৰা উৎসৱ
எடுத்துக்காட்டு :
উত্তৰ ভাৰতত দেৱালী উৎসৱ উলহ-মালহেৰে পালন কৰা হয়
ஒத்த சொற்கள் : দীপান্বিতা, দীপালী, দেৱালী