பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து দুখ என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

দুখ   বিশেষ্য

பொருள் : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব

எடுத்துக்காட்டு : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে

ஒத்த சொற்கள் : আঘাত

பொருள் : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

எடுத்துக்காட்டு : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

ஒத்த சொற்கள் : অসুখ, কষ্ট, দুঃখ, পীড়া, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

பொருள் : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ

எடுத்துக்காட்டு : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত

ஒத்த சொற்கள் : অনুতাপ, আফচোচ, ক্ষোভ, খেদ, গ্লানি, দুঃখ, দুঃখিত, দুখিত

பொருள் : শৰীৰ বা মনত দিয়া বা হোৱা পীড়া

எடுத்துக்காட்டு : ভাৰতক স্বাধীন কৰিবৰ কাৰণে দেশভক্তসকলে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল

ஒத்த சொற்கள் : কষ্ট, দুখ-কষ্ট, দুখ-বেদনা, যন্ত্রণা, যাতনা

பொருள் : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

எடுத்துக்காட்டு : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

ஒத்த சொற்கள் : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ