பொருள் : খেদ বা দুখ কৰা
எடுத்துக்காட்டு :
মৰা মানুহ কেতিয়াও ঘূৰি নাহে, আপুনি আৰু বেছি দুখ নকৰিব
ஒத்த சொற்கள் : দুঃখিত হোৱা, দুখী হোৱা
பொருள் : কষ্ট আদিত মুখৰ পৰা ওলোৱা দুখসূচক শ্্ব্দ
எடுத்துக்காட்டு :
তেওঁ ্খাতিয়াত পৰি হুমুনিয়াহ কাঢ়ি আছিল
ஒத்த சொற்கள் : হুমুনিয়াহ কঢ়া