பொருள் : সূর্য ্ আকাশৰ মধ্যস্থানত উপস্থিত হোৱা সময়
எடுத்துக்காட்டு :
তেওঁ দুপৰীয়াখন ঘৰৰ বাহিৰত ঘূৰি ফুৰিছে
ஒத்த சொற்கள் : থিয় দুপৰীয়া, দুপৰ, দুপৰবেলা, ভৰ দুপৰীয়া, মধ্যাহ্ন, মধ্যাহ্নকাল, মধ্যাহ্নবেলা
பொருள் : দুপৰৰ সৈতে সম্বন্ধ ৰাখোতা
எடுத்துக்காட்டு :
তেখেতসকলে দুপৰীয়াৰ আহাৰ গ্রহণ কৰিছে