உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো ৰাজ্য বা দেশৰ ফালৰ পৰা অন্য ৰাজ্য বা দেশলৈ পঠোৱা বা নিযুক্ত দূত বা বার্তাবাহক
எடுத்துக்காட்டு : পাকিস্তান ওপৰত ভালেকেইবাৰ ৰাষ্ট্রদূতক অপমান কৰাৰ আৰোপ লগোৱা হৈছে
ஒத்த சொற்கள் : ৰাজদূত, ৰাজপ্রতিনিধি, ৰাষ্ট্রদূত
பொருள் : কোনো বিশেষ কার্য কৰিবলৈ বা খবৰ দিবৰ কাৰণে কʼৰবালৈ পঠোৱা ব্যক্তি
எடுத்துக்காட்டு : ভগৱান ৰামে অংগদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠিয়াইছিল
ஒத்த சொற்கள் : কটকী, চৰ, টেকেলা
நிறுவு