பொருள் : যি দেশৰ প্রতি দ্রোহ কৰিছে
எடுத்துக்காட்டு :
সতর্ক্্তা অৱলম্বন কৰি দেশদ্রোহীৰ ষড়যন্ত্র বিফল কৰিব পৰা যায়
ஒத்த சொற்கள் : ৰাজবিদ্রোহী, ৰাষ্ট্রদ্রোহী
பொருள் : যিয়ে দেশৰ প্রতি বিদ্রোহ কৰিছে
எடுத்துக்காட்டு :
দেশদ্রোহী ব্যক্তিয়ে মৃত্যুদণ্ডৰ শাস্তি পোৱা উচিত
ஒத்த சொற்கள் : ৰাষ্ট্রদ্রোহী