பொருள் : যিজনে হৃদয়ৰ পৰা নিজ দেশৰ উন্নতি কামনা কৰে আৰু কল্যাণ হোৱাটো বিচাৰে আৰু তাৰ উন্নতিৰ হকে প্রয়াস চলায়
எடுத்துக்காட்டு :
আজাদ, ভগত সিঙৰ দৰে দেশভক্তসকলে স্বাধীনতাৰ কাৰণে আত্মবলিদান দিছিল
பொருள் : যি নিজ দেশক ্সঁ্চা অন্তৰেৰে ভালপাই আৰু উন্নতি হোৱাটো বিচৰাৰ লগতে নিজেও দেশৰ উন্নতিৰ হকে কাম কৰে
எடுத்துக்காட்டு :
সেই দেশভক্ত সৈনিকজনে মৃত্যুৰ আগলৈকে সীমান্তত যুঁজ দি থাকিল