பொருள் : ধর্মান্ধ হোৱা অৱস্থা
எடுத்துக்காட்டு :
ধর্মান্ধতা ব্যক্তি আৰু সমাজৰ কাৰণে লাভদায়ক নহয়
பொருள் : নিজৰ মত বা সম্প্রদায়ৰ কথালৈ আকোঁৰগোজ হৈ থকা স্বভাৱ
எடுத்துக்காட்டு :
হিন্দু তথা মুছলমানৰ ধর্মান্ধতাৰ কাৰণেই অযোধ্যা বিবাদ হৈছিল
ஒத்த சொற்கள் : গোৰামী, ধর্মোন্মাদনা