பொருள் : ক্রিয়াৰ মূল ৰূপ
எடுத்துக்காட்டு :
সংস্কৃতত ভূ, কৃ আদি ধাতু
பொருள் : শৰীৰক নি্র্মাণ কৰি থকা ভিতৰুৱা তত্ত্ব বা পদার্থ যি বৈদ্যৰ অনুসৰি সাত প্রকাৰৰ
எடுத்துக்காட்டு :
আমাৰ শৰীৰত ৰস, তেজ, মাংস, তেল, শুক্র, মজ্জা আৰু অস্থি- এই সাত ধাতু থাকে
பொருள் : যি কঠিন আৰু উজ্জ্বল খনিজ পদার্থৰ ় দ্বাৰা বাচন-বর্তন, ় গহণা, অস্ত্র-শস্ত্র আদি বনোৱা হয়
எடுத்துக்காட்டு :
সোণ এবিধ মূল্যবান ধাতু
ஒத்த சொற்கள் : মেটেল