பொருள் : আকাৰ ইঙ্গিতৰ দ্বাৰা লুকাই ৰখা কথা বুজি লোৱা
எடுத்துக்காட்டு :
চাকৰণীজনীক দেখিয়েই মই ধাৰণা কৰিব পাৰিছিলো যে তাই কিবা লুকুৱাই ৰাখিছে
ஒத்த சொற்கள் : বুজ পোৱা
பொருள் : অনুমানৰ এক অৱস্থা
எடுத்துக்காட்டு :
আপুনি এই কলমটোৰ মূল্য অনুমান কৰকচোন ?
ஒத்த சொற்கள் : অনুমান কৰা