உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে
எடுத்துக்காட்டு : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই
ஒத்த சொற்கள் : ধাৰ, প্রবাহ
பொருள் : বৈ যোৱা কার্য ্বা ভাব
எடுத்துக்காட்டு : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
ஒத்த சொற்கள் : প্রবাহ, বেগ, সোঁত
பொருள் : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
எடுத்துக்காட்டு : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
ஒத்த சொற்கள் : দফা, নিয়ম
பொருள் : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম
எடுத்துக்காட்டு : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল
ஒத்த சொற்கள் : প্রবাহ
பொருள் : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
எடுத்துக்காட்டு : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
ஒத்த சொற்கள் : ধাৰ, প্রৱাহ, সোঁত
நிறுவு