உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
எடுத்துக்காட்டு : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ஒத்த சொற்கள் : অৱস্থা, গতি, গতিক, দশা, ধৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
பொருள் : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
எடுத்துக்காட்டு : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
ஒத்த சொற்கள் : চাল-চলন
பொருள் : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
எடுத்துக்காட்டு : তেওঁৰ ব্যৱহাৰ ভাল নহয়
ஒத்த சொற்கள் : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
பொருள் : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
எடுத்துக்காட்டு : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
ஒத்த சொற்கள் : আচৰণ, ব্যৱহাৰ
நிறுவு