பொருள் : ধৰা কার্য
எடுத்துக்காட்டு :
তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল
பொருள் : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য
எடுத்துக்காட்டு :
মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে
பொருள் : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া
எடுத்துக்காட்டு :
নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে
பொருள் : আক্রান্ত হোৱা
எடுத்துக்காட்டு :
মোৰ বেয়াকৈ পানীলগাই ধৰিছে
பொருள் : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
எடுத்துக்காட்டு :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
ஒத்த சொற்கள் : লোৱা
பொருள் : কল্পনা কৰা
எடுத்துக்காட்டு :
আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ
ஒத்த சொற்கள் : কল্পনা কৰা, ধৰি লোৱা
பொருள் : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা
எடுத்துக்காட்டு :
বৰষুণত লোহা মামৰে খায়
ஒத்த சொற்கள் : খোৱা
பொருள் : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা
எடுத்துக்காட்டு :
পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো
பொருள் : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য
எடுத்துக்காட்டு :
ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে