பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து ধৰা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

ধৰা   বিশেষ্য

பொருள் : ধৰা কার্য

எடுத்துக்காட்டு : তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল

பொருள் : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য

எடுத்துக்காட்டு : মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে

பொருள் : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

எடுத்துக்காட்டு : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

ஒத்த சொற்கள் : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

ধৰা   ক্ৰিয়া

பொருள் : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া

எடுத்துக்காட்டு : নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে

பொருள் : আক্রান্ত হোৱা

எடுத்துக்காட்டு : মোৰ বেয়াকৈ পানীলগাই ধৰিছে

பொருள் : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

எடுத்துக்காட்டு : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

ஒத்த சொற்கள் : লোৱা

பொருள் : কল্পনা কৰা

எடுத்துக்காட்டு : আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ

ஒத்த சொற்கள் : কল্পনা কৰা, ধৰি লোৱা

பொருள் : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

எடுத்துக்காட்டு : বৰষুণত লোহা মামৰে খায়

ஒத்த சொற்கள் : খোৱা

பொருள் : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা

எடுத்துக்காட்டு : পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো

பொருள் : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য

எடுத்துக்காட்டு : ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে