பொருள் : নলৰ আকাৰৰ কোনো বস্তু
எடுத்துக்காட்டு :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
ஒத்த சொற்கள் : চুঙা
பொருள் : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
எடுத்துக்காட்டு :
ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
பொருள் : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
எடுத்துக்காட்டு :
ৰামে হোকা খাই আছে
ஒத்த சொற்கள் : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা