பொருள் : দূৰ কৰিব পৰা বা দূৰ কৰাওতাজন
எடுத்துக்காட்டு :
তেওঁ বিষৰ পৰা উপশম পাবৰ কাৰণে বিষ নিবাৰক ঔষধ সেৱন কৰি আছে
ஒத்த சொற்கள் : নির্মূল্্কাৰী
பொருள் : যিয়ে প্রশমিত বা শান্ত কৰে
எடுத்துக்காட்டு :
এইটো অগ্নি প্রশামিত যন্ত্র
ஒத்த சொற்கள் : প্রশামক, শাম কাটোতা
பொருள் : নিবাৰণ কৰা
எடுத்துக்காட்டு :
মেলেৰিয়া ৰোগ বিয়পাৰ আগতেই গাঁৱবোৰত মেলেৰিয়া নিবাৰক ঔষধ বিতৰণ কৰা হৈছে
ஒத்த சொற்கள் : ৰোধক