பொருள் : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা
எடுத்துக்காட்டு :
বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে
ஒத்த சொற்கள் : বনোৱা
பொருள் : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা
எடுத்துக்காட்டு :
সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে
ஒத்த சொற்கள் : পঠোৱা
பொருள் : কামত লগোৱা
எடுத்துக்காட்டு :
এই কামৰ কাৰণে তেওঁ ্সাতজন মানুহ নিযুক্ত কৰিলে
ஒத்த சொற்கள் : কাম দিয়া, চাকৰি দিয়া