பொருள் : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক
எடுத்துக்காட்டு :
এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল
ஒத்த சொற்கள் : কালসীমা, খঁতিৰা, ধার্যসময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্ধার্য্যসময়
பொருள் : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে
எடுத்துக்காட்டு :
এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি
ஒத்த சொற்கள் : খঁতিৰা, ধার্যসময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্কালসীমা
பொருள் : পৰিকল্পিত বা সূচীভুক্ত কৰি থোৱা কোনো সময়
எடுத்துக்காட்டு :
মই নির্দিষ্ট সময়ত আপোনাক লগ পাম