உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সমাপ্ত হোৱাৰ ভাব বা কার্য
எடுத்துக்காட்டு : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
ஒத்த சொற்கள் : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
பொருள் : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া
எடுத்துக்காட்டு : মোৰ সমস্যাৰ সমাধান হৈ গʼল
ஒத்த சொற்கள் : মীমাংসা, সমাধান, সমিধান, সিদ্ধান্ত
பொருள் : মিত-মাত কৰা কার্য ্বা ভাৱ
எடுத்துக்காட்டு : মই ঘৰুৱা বিবাদৰ নিষ্পত্তি কৰি সোনকালেই ঘূৰি আহিম
ஒத்த சொற்கள் : ফৈচলা, ফয়চলা, মিত-মাত
நிறுவு