பொருள் : যʼত কোনো ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা নাথাকে
எடுத்துக்காட்டு :
তেওঁ নিৰাপদ জীৱন অতিবাহিত কৰি আছে
பொருள் : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
எடுத்துக்காட்டு :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
ஒத்த சொற்கள் : সুৰক্ষিত
பொருள் : যʼত অনাহক আশংকা নাথাকে
எடுத்துக்காட்டு :
নিৰাপদ ভৱিষ্যতৰ কল্পনা সকলোৱেই কৰে