பொருள் : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
எடுத்துக்காட்டு :
এই কামটোৰ তদাৰক ৰামে কৰিছে
ஒத்த சொற்கள் : চোৱা-চিতা, তদাৰক, পর্যবেক্ষণ
பொருள் : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
எடுத்துக்காட்டு :
তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
ஒத்த சொற்கள் : পর্যবেক্ষণ