பொருள் : কোনো পদার্থ জুই লগাৰ পৰা নির্মূল ্কৰা
எடுத்துக்காட்டு :
তেওঁ ্চাকিটো নুমুৱাই দিলে
ஒத்த சொற்கள் : নুমুৱাই দিয়া
பொருள் : বিদ্যুতৰ দ্বাৰা চলি থকা কোনো বস্তু বন্ধ কৰা
எடுத்துக்காட்டு :
তেওঁ চুইচটো হেঁচি লাইটটো নুমাই দিলে
ஒத்த சொற்கள் : নুমাই দিয়া