பொருள் : নেপালৰ নিবাসী
எடுத்துக்காட்டு :
তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে
ஒத்த சொற்கள் : নেপাল বাসী, নেপাল-বাসী
பொருள் : নেপাল দেশৰ ভাষা
எடுத்துக்காட்டு :
বন্যাই নেপালীত কিতাপ লিখি আছে
ஒத்த சொற்கள் : নেপালী ভাষা, নেপালী-ভাষা
பொருள் : নেপাল দেশৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
ৰমেশে নেপালী টুপি পিন্ধি আছে
பொருள் : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে
பொருள் : নেপালত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে