பொருள் : চৰকাৰে প্রচলন কৰা এক বিশেষ ধৰণৰ কাগজ যʼত টকাৰ সংখ্যা ছপা কৰা থাকে আৰু যাক টকাৰ মুদ্রাৰ সমৰূপত চলোৱা হয়
எடுத்துக்காட்டு :
তেওঁ ্ মোক এশ এশকৈ নোটবোৰ দেখুৱাই আছিল
பொருள் : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
எடுத்துக்காட்டு :
তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
ஒத்த சொற்கள் : টোকা
பொருள் : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
எடுத்துக்காட்டு :
নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
ஒத்த சொற்கள் : টোকা