பொருள் : কোনো লেখনিৰ শ্্ব্দবোৰ উচ্চাৰণ কৰি পঢ়া কার্য
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীবোৰৰ পঠন কার্যত ্শ্রোতাই হাতচাপৰি বজালে
பொருள் : কোনো বিষয়ৰ সকলো দিশৰ বা গূঢ় তত্ত্বৰ জ্ঞান লাভ কৰিবৰ কাৰণে চোৱা, পঢ়া বা বুজা কার্য
எடுத்துக்காட்டு :
তেওঁ সংস্কৃতৰ অধ্যয়ন কৰিবৰ কাৰণে কাশীলৈ গৈছে
ஒத்த சொற்கள் : অধ্যয়ন, জ্ঞানার্জন