பொருள் : কোনো পত্র বা আদেশ আদিক উচিত স্থানলৈ লৈ যোৱা কার্য
எடுத்துக்காட்டு :
তেওঁ প্ৰেৰণৰ কাৰণে পাৰ চৰাই পুহি ৰাখিছে
ஒத்த சொற்கள் : প্ৰেৰণ
பொருள் : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
எடுத்துக்காட்டு :
ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো
ஒத்த சொற்கள் : পঠোৱা, ৰাওনা হোৱা