பொருள் : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ
எடுத்துக்காட்டு :
মোহিতে দেউতাকৰ পত্র পঢ়ি আছে
பொருள் : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা
எடுத்துக்காட்டு :
জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে
பொருள் : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য
எடுத்துக்காட்டு :
আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো
பொருள் : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য
எடுத்துக்காட்டு :
পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে
ஒத்த சொற்கள் : অধ্যয়ন কৰা
பொருள் : শিক্ষা গ্রহণ কৰা
எடுத்துக்காட்டு :
বিয়া হৈ যোৱাৰ পিছতো শীলাি পঢ়ি আছে
ஒத்த சொற்கள் : পঢ়াশুনা কৰা