பொருள் : কিবা কাম কৰা বা নকৰাৰ সম্পর্কত ্কৰা সঠিক নিশ্চিতি
எடுத்துக்காட்டு :
ভীষ্মই আজীৱন ্ব্রহ্মচর্য ব্রত ্পালন কৰাৰ প্রতিজ্ঞা কৰিছিল
ஒத்த சொற்கள் : প্রতিজ্ঞা
பொருள் : পাশা, জুৱা আদি খেলৰ সময়ত হৰা-জিকাৰ কাৰণে খেলুৱৈৰ সন্মুখত ৰখা বস্তু বা ধন আদি
எடுத்துக்காட்டு :
যুধিষ্ঠিৰে পাশা খেলত দ্রৌপদীক পণ হিচাপে ৰাখিছিল