பொருள் : গছৰ পাতেৰে সজা জুপুৰী বা পঁ্জা
எடுத்துக்காட்டு :
প্রাচীন কালত মুনি, তপস্বী আদিয়ে বনত পর্ণকুটীৰ সাজি বাস কৰিছিল
ஒத்த சொற்கள் : ্পর্ণ্্শালা
பொருள் : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ
எடுத்துக்காட்டு :
ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে
ஒத்த சொற்கள் : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, বহা, ্পর্ণ্্শালা