பொருள் : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
எடுத்துக்காட்டு :
তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
ஒத்த சொற்கள் : আঁৰ, আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দ্দা
பொருள் : যন্ত্র আদিৰ সহায়ত চিত্র ্প্রদর্শন কৰিব পৰা এক ধৰণৰ পাতল চাদৰৰ দৰে উপকৰণ
எடுத்துக்காட்டு :
এই চিনেমা হলটোৰ পর্দা বহুত সৰু
ஒத்த சொற்கள் : স্ক্রীণ
பொருள் : আঁৰ কৰিব পৰা এক প্রকাৰৰ উপকৰণ
எடுத்துக்காட்டு :
এটা কোঠাক বাঁহৰ কাঠীৰে তৈয়াৰী পর্দাৰে চাৰি ভাগত বিভাজিত কৰা হʼল
ஒத்த சொற்கள் : পৰদা