பொருள் : নিয়ম বা বিধিপূর্বক ধর্মগ্রন্থ পঢা কার্য ্বা ভাব
எடுத்துக்காட்டு :
এই মন্দিৰত অখণ্ড ৰামায়ণ পাঠৰ আয়োজন কৰা হৈছে
பொருள் : একেবাৰতে পঢ়িব পৰা অংশ
எடுத்துக்காட்டு :
শিক্ষাগুৰুৱে আজি চাৰিটা পাঠ আওৰাবলে কʼলে