பொருள் : এবিধ লতাৰ পাত যাৰ ওপৰত ধপাত, চূণ আদি লগায় আৰু তাৰ থুপি বনায় খোৱা হয়
எடுத்துக்காட்டு :
তামুলীয়ে পাণৰ থুপি বনাই মোৰ ফালে আগবঢ়াই দিলে
பொருள் : যিজোপা লতাৰ পাতত ধপাত, চূণ আদি লগাই থুপি বনাই খোৱা হয়
எடுத்துக்காட்டு :
এই বছৰ পাণৰ পাতবোৰ বঢ়া নাই