பொருள் : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
எடுத்துக்காட்டு :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
ஒத்த சொற்கள் : চৰিত্র
பொருள் : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি
எடுத்துக்காட்டு :
দান যোগ্য ব্যক্তিকহে দিয়া উচিত
ஒத்த சொற்கள் : যোগ্য ব্যক্তি