பொருள் : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল
எடுத்துக்காட்டு :
ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে
ஒத்த சொற்கள் : ৰাজনৈতিক দল
பொருள் : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
எடுத்துக்காட்டு :
আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
ஒத்த சொற்கள் : পক্ষ
பொருள் : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
எடுத்துக்காட்டு :
তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
ஒத்த சொற்கள் : দল