பொருள் : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়
எடுத்துக்காட்டு :
লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে
ஒத்த சொற்கள் : দল
பொருள் : পৰস্পৰে লগ লাগি থকা কোনো বস্তুৰ সমান সমান খণ্ডৰ প্রত্যেকটো, যি ্ হেঁচ্া পৰিলে ভাগ হৈ যায়
எடுத்துக்காட்டு :
ৰহৰ, বুটমাহ আদিত দুটা পাহি থাকে
ஒத்த சொற்கள் : বীজপত্রী