பொருள் : কোনো বস্তু আদিৰ কাষৰ সজ্জিত অংশ
எடுத்துக்காட்டு :
এই ধুতিখনৰ কাষৰি বৰ ভাল লাগিছে
ஒத்த சொற்கள் : কাষৰি
பொருள் : শাৰী, ধুতি আদিৰ কিনাৰ যাৰ দীঘৰ কাষত বেলেগ ৰঙৰ সূতাৰে বোৱা বা চিলোৱা থাকে
எடுத்துக்காட்டு :
তেওঁ ধুতিখনৰ পাৰিটো ফালি পেলাই দিলে
பொருள் : দাঁতৰ শাৰী
எடுத்துக்காட்டு :
সীতাৰ দাঁতৰ পাৰি ডালিমৰ গুটিৰ নিচিনা
ஒத்த சொற்கள் : দাঁতৰ পাৰি