பொருள் : বাৰে বাৰে থু পেলোৱা
எடுத்துக்காட்டு :
চাদা খাই তেওঁ থু থু কৰি আছে
ஒத்த சொற்கள் : থু থু কৰা, থু পেলাই থকা, থুওৱা
பொருள் : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য
எடுத்துக்காட்டு :
তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে
ஒத்த சொற்கள் : থুই পেলোৱা, থুওৱা, থুৱাই দিয়া