உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাগজ-পত্র অনা-নিয়া কৰা, বিষয়াৰ আদেশ মনা বা প্রয়োজন অনুসৰি:মোৰ কার্যালয়ৰ পিয়নজনৰ হাতত কিছুমান কামৰ দায়িত্ব ন্যস্ত থাকে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : চাপৰাচী, চাপৰাছী, পিয়াদা, ্ অর্ডালি
பொருள் : কার্যালয়ৰ চিঠিপত্র অনা-নিয়া আদি কাম কৰা কর্ম্্চাৰী
எடுத்துக்காட்டு : পিয়নজনে হাতত ফাইল লৈ দণ্ডাধিকাৰীৰ পিছে-পিছে গʼল
ஒத்த சொற்கள் : চাপৰাচী
பொருள் : চিঠি-পত্র, মানি-্অর্ডাৰ আদি ঘৰে ঘৰে দি ফুৰা ডাক বিভাগৰ কর্ম্্চাৰী
எடுத்துக்காட்டு : ডাকোৱালে ঘৰে ঘৰে ঘূৰি চিঠি-পত্র দি ফুৰে
ஒத்த சொற்கள் : ডাকোৱাল, পত্রবাহক, পোষ্টমেন
நிறுவு