பொருள் : পূজা কৰা
எடுத்துக்காட்டு :
শাওনত ভগৱান শিৱক খুব পূজা কৰা হয়
பொருள் : আৰাধনা বা উপাসনা কৰা
எடுத்துக்காட்டு :
গাঁৱৰ লোকসকলে নৱৰাত্রিত সময়ত গোটেই ৰাতি দেৱীৰ পূজা কৰে
பொருள் : ভক্তি অথবা শ্রদ্ধাৰে সৈতে কাৰোবাৰ সেৱা কৰা
எடுத்துக்காட்டு :
মই নিজ গুৰুক পূজা কৰোঁ
பொருள் : দেৱ-দেৱীক প্রসন্ন কৰিবলৈ শ্রদ্ধা, সন্মান, বিনয় আদি প্রকাশ কৰা:সন্তসকলে সদায় ভগৱানক পূজা কৰে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অর্চ্্না কৰা, আৰাধনা কৰা, উপাসনা কৰা