பொருள் : কোনো ব্যক্তিৰ মৃত পিতৃ, মাতৃ, ককাক , আইতাক আদি পূর্বপুৰুষ
எடுத்துக்காட்டு :
পিতৃপক্ষত পূর্বপুৰুষক তর্পণ দিয়া হয়
ஒத்த சொற்கள் : উপৰিপুৰুষ, পূর্বপুৰুষ
பொருள் : ককা, আজুককা আদি, যি পুৰণি হৈ গৈছে বা আগৰ
எடுத்துக்காட்டு :
ৰাম, কৃষ্ণ আদি আমাৰ পূর্বজ আছিল
ஒத்த சொற்கள் : আদিপুৰুষ, পিতৃপুৰুষ, পূর্বপুৰুষ