பொருள் : সংকেত বা অনুমানেৰে কোনো বিষয় সম্বন্ধে কোৱা কার্য
எடுத்துக்காட்டு :
অলপতে হোৱা প্রাকৃতিক ঘটনাৰ পূর্বানুমান কিছুমান বিশেষজ্ঞই আগতেই কৰিছিল
பொருள் : প্রথমৰ পৰাই কৰা হোৱা অনুমান
எடுத்துக்காட்டு :
এই বছৰ ভাল বৰষুণ হʼব বুলি পূর্বানুমান কৰা হৈছিল