பொருள் : কোনো বস্তুৰ স্বৰূপ নির্ণয় কৰিব পৰা কাৰোবাৰ অনুভূতি
எடுத்துக்காட்டு :
তেওঁ নিজৰেই পৃথিৱীত বিভোৰ হৈ আছে
ஒத்த சொற்கள் : দুনিয়া
பொருள் : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী
எடுத்துக்காட்டு :
ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে
ஒத்த சொற்கள் : অদিতি, ধৰিত্রী, ধৰিত্রী আই, ধৰিত্রী মাতা, বসুন্ধৰা