பொருள் : পিতৃৰ বা পিতৃৰ পৰা লাভ কৰা সম্পত্তি
எடுத்துக்காட்டு :
চৰকাৰী সম্পত্তি কাৰোৰে পৈতৃক নহয়
பொருள் : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা
எடுத்துக்காட்டு :
তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে
பொருள் : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে
எடுத்துக்காட்டு :
তেওঁ বংশগত ্ৰোগত ভুগিছে
ஒத்த சொற்கள் : আনুবংশিক, বংশগত, বংশানুক্রমিক
பொருள் : পিতা সম্বন্ধীয়
எடுத்துக்காட்டு :
আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ