பொருள் : কাৰোবাৰ পুত্র বা কন্যা
எடுத்துக்காட்டு :
মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য
ஒத்த சொற்கள் : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, বেটা-বেটী, লʼৰা-ছোৱালী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান
பொருள் : কোনো জীৱ-জন্তুৰ পোৱালি
எடுத்துக்காட்டு :
কুকুৰজনীয়ে নিজৰ পোৱালিকেইটাক গাখীৰ খুৱাই আছে
பொருள் : ঘোঁৰাৰ মতা পোৱালি
எடுத்துக்காட்டு :
ঘোঁৰাজনীয়ে পোৱালিটোক চেলকি আছে
ஒத்த சொற்கள் : ঘোঁৰা পোৱালি
பொருள் : ছাগলী বা ভেড়া ছাগলীৰ পোৱালি
எடுத்துக்காட்டு :
কালি ৰাতি শিয়ালে এটা ছাগলী পোৱালি লৈ গʼল
ஒத்த சொற்கள் : ছাগলী পোৱালি
பொருள் : কুকুৰৰ পোৱালি
எடுத்துக்காட்டு :
কুকুৰজনীয়ে নিজৰ পোৱালিটোক গাখীৰ খুৱাই আছে
ஒத்த சொற்கள் : কুকুৰ-পোৱালি, পোৱালি কুকুৰ